মূলামূলাংক

মূলা গাভৰু (Assamese) [ Roman: mu.la ga.bho.ru]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-08-30
1. Historial(Proper Noun-Feminine) Mula Gabharu was the wife of Phrasengmung Borgohain, the then Ahom commander. মূলা গাভৰু এগৰাকী আহোম যুগৰ সাহসী নাৰীৰ ভিতৰত এগৰাগী অন্যতম নাৰী৷১৫৩২ চনত তুৰ্বকে পুনৰ অসম আক্ৰমণ কৰোতে মূলা গাভৰুৱে যুঁজ দিবলৈ গৈছিল৷ আহোম নাৰী যুঁজ দিবলৈ যোৱা দেখি সকলো আহোম সৈন্য দুগুণে উত্সাহিত হৈ জয় আহোমৰ জয় ধ্বনিৰে শত্ৰু সৈন্যৰ ওপৰত জপিয়াই পৰিছিল৷ মূলা গাভৰুৰ যুদ্ধৰ সতীৰ্থ হৈছিল মুহিলা, জয়ন্তী, পমিলা, ললিতা আদি গাভৰু সকল৷